Posts

Showing posts from July, 2019

The Sackler Family – A Secretive Billion Dollar Opioid Empire

Image

The Cancer Cure Cover-Up (Conspiracy Documentary) - Real Stories

Image

Buddhism

Image

Life

Image

One home

Image

Tax

Image

Money & FIAT currency

Image

কৃত্ৰিম বুদ্ধিমত্তা - Artificial intelligence

Image
কৃত্ৰিম বুদ্ধিমত্তা - Artificial intelligence আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা যন্ত্ৰসমূহৰ এটা প্ৰধান বৈশিষ্ট্য এইয়ে যে, যন্ত্ৰসমূহক সদায় এটা নিৰ্দিষ্ট কাম কৰিবলৈ নিৰ্দেশনা দি থকাৰ প্ৰয়োজন হয়। উদাহৰণস্বৰূপে, কম্পিউটাৰ, মোবাইল, ইত্যাদিয়ে ব্যৱহাৰকাৰীয়ে দিয়া নিৰ্দেশবোৰ এটাৰ পিছত এটাকৈ সমাধান কৰে। থিক তেনেদৰে, গাড়ী (এক জটিল যন্ত্ৰ) এখন চলাবলৈ আমি অনবৰতে সঠিক দিশৰ নিৰ্দেশনা দিয়াৰ প্ৰয়োজন হয়। চালক অবিহনে গাড়ী এখন অলপো আগবাঢ়ি যাব নোৱাৰে। যন্ত্ৰৰ এই মৌলিক সমস্যাটো আন বহুত ক্ষেত্ৰৰো এটা সীমাবদ্ধতা। এটা যন্ত্ৰৰ মগজু থাকিলে ই নিজকে নিজে নিয়ন্ত্ৰণ কৰিব পাৰিলেহেঁতেন আৰু বিভিন্ন পৰিস্থিতিত মানুহৰ দৰে সঠিক সিদ্ধান্তত উপনীত হ'ব পাৰিলেহেঁতেন। প্ৰাচীন সভ্যতাৰ সময়তেই এবেকাছৰ (Abacus) উদ্ভাৱন হোৱাৰেপৰা বৰ্তমানৰ অত্যাধুনিক ছুপাৰকম্পিউটাৰৰ দিনলৈকে কম্পিউটাৰ আৰু অন্যান্য ইলেকট্ৰনিক ডিভাইছসমূহ গণনাৰ (Calculation and program execution) কামতহে বেছিকৈ ব্যৱহাৰ হৈছে। কিন্তু ১৯৫০ চনত এদল বিজ্ঞানীয়ে মানবজাতিৰ এটা প্ৰশ্নক লৈ গৱেষণা আৰম্ভ কৰে - "কম্পিউটাৰক ভাবিবলৈ শিকাব পৰা যায় নেকি?", আৰু এই গৱেষ...

Every University’s Worst Nightmare

Image
https://www.youtube.com/watch?v=_RKGhp83FN4

ছফটৱেৰ উদ্ভাৱন কৰিব বিচাৰে নেকি?

Image
ছফটৱেৰ উদ্ভাৱন কৰিব বিচাৰে নেকি? পোন্ধৰ বছৰ মান আগৰ কথা। তেতিয়া সমাজত মোবাইল ফোনৰ ব্যৱহাৰ অতি কম আছিল। আজিকালি যেনেকৈ স্মাৰ্টফোন সকলোৰে হাতে হাতে, তেতিয়ালৈ এই স্মাৰ্টফোনৰ ধাৰণাটো জনসাধাৰণৰ মাজলৈ অহা নাছিল। এতিয়া আমি স্মাৰ্টফোনৰ সহায়ত দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় কামবোৰ, যেনে ইমেইল মেছেজ পঠিওৱা, ফটো তোলা, গেম খেলা, ফাইলৰ আদান-প্ৰদান আদিবোৰ অনায়াসে কৰিব পৰোঁ। পৰৱৰ্তী সময়ত ইণ্টাৰনেট আৰু ছোচিয়েল মিডিয়াৰ বিস্ফোৰনে স্মাৰ্টফোনক দ্ৰুতবেগত জনপ্ৰিয় কৰি তোলে আৰু পৃথিৱীক এখন গোলকীয় গাঁৱত পৰিণত কৰে। এই বিপ্লৱৰ ইতিহাস জানিবলৈ আমি ২০০৩ চনলৈ ঘূৰি যাব লাগিব। এগৰাকী কম্পিউটাৰ প্ৰগ্ৰেমাৰ আৰু তেওঁৰ কেইজনমান বন্ধু লগ হৈ আৰম্ভ কৰিছিল ডিজিটেল কেমেৰাৰ বাবে অত্যাধুনিক অপাৰেটিং চিষ্টেম(Operating System, চমুকৈ OS এটা বনোৱাৰ প্ৰক্ৰিয়া) । কিন্তু মাত্ৰ ৫ মাহৰ বাবে অপাৰেটিং চিষ্টেমটো বিকশিত কৰি তোলাৰ পিছত, তেওঁলোকে অনুভৱ কৰিলে যে তেওঁলোকে কেৱল কেমেৰাত চলিব পৰাকৈ অপাৰেটিং চিষ্টেমটো নিৰ্মান কৰিলে বজাৰত ইয়াৰ চাহিদা আৰু গ্ৰাহকৰ পৰিমাণ কম হ'ব। সেয়েহে তেওঁলোকে সিদ্ধান্ত ললে যে অপাৰেটিং চিষ্টেমটো মোবাইল ফোনত ব্যৱহাৰ ...